Investigative reporting with dedication.
SI ৰ গুলীত প্ৰাণ গ’ল SP ৰ

ধেমাজি জিলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।ডিব্ৰুগড় সদৰ থানাৰ উপপৰিদৰ্শক আলোক কোৱঁৰে পুৱাই সংঘটিত কৰে এক অপ্ৰত্যাশিত ঘটনা।নিশাৰ কৰ্তব্য সম্পাদন কৰি পুৱা ধেমাজিত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী অধীক্ষক অমূল্য বৰুৱাক নিজৰ চাৰ্ভিছ পিষ্টলেৰে ৩ জাঁই গুলীৰে থকাসৰকা কৰে।উল্লেখ্য…










