The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

চাঙীত চিকিৎসালয়লৈ …

মুকালমুৱাত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। স্বাস্থ্য বিভাগে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে মুকালমুৱাৰ এটা দৃশ্যই উদঙাইছে বিভাগটোৰ পয়ালগা ছবি। এই দৃশ্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ।এম্বুলেঞ্চ, বোট ক্লিনিকৰ(নৌকা চিকিৎসালয়) অভাৱত কান্ধত ভাৰ বান্ধি মুকালমুৱা চিকিৎসালয়লৈ কঢ়িয়াই আনিলে এগৰাকী ৰোগীক। ২ নং…

জনসংখ্যা কম বাবেই ফল ভুগিব নেকি শিৱসাগৰবাসীয়ে?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।কোনো কাৰণতে উজনি অসমৰ শিৱসাগৰকে ধৰি তিনিখন জিলাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কাৰ্যক গ্ৰহণ কৰা নহ’ব বুলি উল্লেখ কৰে অখিল গগৈয়ে।শিৱসাগৰৰ ৰাইজে জনসংখ্যা নিয়ন্ত্ৰণ কৰি দেশৰ জনসংখ্যা ৰোধ কৰিছে তাৰ…

‘টিকেট পালেও বিজেপি,নাপালেও বিজেপি’ কিন্তু কোন?

ৰাজ্যত গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?কেতিয়া গঠন হ’ব এই ৰাজ্য?কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্য।ইতিমধ্যে প্ৰকাশ হৈছে কমতাপুৰ ৰাজ্যৰ মানচিত্ৰও।কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰকাশ কৰিছে কমতাপুৰ ৰাজ্যৰ প্ৰস্তাৱিত মানচিত্ৰ।কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মংগলদৈ…

ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ বাবেই আজি অনুষ্ঠিত নহ’ল মেয়ৰৰ নিৰ্বাচন। বিগত ৫ ডিচেম্বৰত…

বেকাজান নাযায় গোলাঘাটলৈ

বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ।তিতাবৰ মহকুমাৰ বেকাজান গাঁও পঞ্চায়তক গোলাঘাট জিলাক চামিলকৰণক লৈ প্ৰতিবাদী জনতাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে।বৰহোলা বাগান খেলপথাৰত অগণন ৰাইজ সমবেত হৈ চৰকাৰৰ গণবিৰোধী সিদ্ধান্তক প্ৰতিবাদ জনাইছে।সমবেত জনতাই বৰহোলাৰ ৰাজপথত ব্যাপক প্ৰতিবাদী…

ৰাজ্যপাল নে বিজেপি নেতা?

তামিলনাডুৰ শাসক দল ডিএমকে গৰজি উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে।ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে শাসক দলটোৰ নেতৃবৰ্গ।লোকসভা সাংসদ টি আৰ বালুৱে কয় “ তামিলনাডু বিজেপিৰ বাবে ইয়াৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যথেষ্ট।কিন্তু ইয়াৰ ৰাজ্যপাল গৰাকীয়েহে এতিয়া নিজৰ সাংবিধানিক পদমৰ্য্যাদাৰ কথা পাহৰি…

যোগী আদিত্যনাথ বলিউডত কিয়?

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হঠাৎ উপস্থিত হ’লগৈ বলিউডত৷সাক্ষাৎ কৰিছে এফালৰ পৰা এজন এজনকৈ ৰথী -মহাৰথীক !চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰ,চনু নিগম,কৈলাস খেৰ,সুনীল ছেট্টী,মধুৰ ভাণ্ডেৰকাৰ -মুঠতে সকলোৰে লগত আলোচনাত মিলিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰযোজক সকলক উত্তৰ প্ৰদেশক চলচ্চিত্ৰ…

অসমীয়া কবিতাৰ নতুন সম্পৰীক্ষা ‘ইউ কেন : ইউক্ৰেইন’ উন্মোচন কৰিলে য়েছে দৰজে ঠংছিয়ে

অসমীয়া কবিতাক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে ‘অসমীয়া প্ৰতিদিন ডিজিটেলে’ আধুনিক অসমীয়া কবিতাক লৈ বিগত কিছু মাহ ধৰি চলাই আহিছিল এক সম্পৰীক্ষা। সেই সম্পৰীক্ষাৰ মাজতেই শতাধিক কবিতাৰ মাজৰ পৰা নিৰ্বাচিত মুঠ ৮৬ টা কবিতাৰে প্ৰকাশ কৰা ‘ইউ কেন: ইউক্ৰেইন’…

নগাঁৱৰ মহিলা পালেগৈ পাকিস্তানৰ জে’ল

নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুঁই পানীগাঁৱৰ মহিলা গৰাকী বিয়া হৈছিল নগাঁৱৰ বৰবজাৰৰ এগৰাকী ব্যৱসায়ীৰ লগত ।স্বামীৰ মৃত্যুৰ পিছত অন্য এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ পলায়ন কৰিছিল বহিঃৰাষ্ট্ৰলৈ।বৈধ ভ্ৰমণ নথি-পত্ৰ নথকাৰ বাবে বৰ্তমান পাকিস্তানৰ জেলত বন্দী হৈ আছে মহিলা গৰাকী ।২৬…

‘হাতী মানুহৰ সংঘাত’ জিলিকিল আমনিশালীত

চাওঁতে চাওঁতে অসমীয়াৰ পদুলিমুখ পালেহি হেঁপাহৰ ভোগালী।কি উজনি কি নামনি সকলোতে মাথোঁ এতিয়া বিহুৰ প্ৰস্তুতি ।চেনেহৰ বিহুটিক আদৰিবলৈ গ্ৰামাঞ্চলসমূহত চহা ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি।ঠায়ে ঠায়ে চলিছে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ।ৰহাৰ আমনিশালীতো শিল্পী ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাণ পাই…