Reporting on
ঋষভ পণ্টৰ ’ভগৱানজন’

হাৰিয়ানাৰ বাছ চালক সুশীল কুমাৰে মৃত্যুৰ দুৱাৰডলিৰ পৰা ৰক্ষা কৰিলে ঋষভ পণ্টক৷ শুকুৰবাৰে পুৱতি নিশা ভয়ানক দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পণ্টে চলাই যোৱা মাৰ্চিডিছ গাড়ীখন।জ্বলি থকা গাড়ীখনৰ পৰা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী কণ্ডাক্টৰ জনে ৰক্ষা কৰিছিল ঋষভ পণ্টৰ জীৱন।সেই…









