“গামোচা বিকৃত কৰা আটাইকেইজন ব্যক্তিকেই গ্ৰেপ্তাৰ কৰিব লাগে৷বিজেপিয়ে হিন্দু-বাংলাদেশীৰ সমৰ্থনত অসমীয়াক যিমান অপমান কৰিছে গোটেই জীৱনত অসমীয়াই সিমান অপমান পোৱা নাই৷অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাক দুচোৱা কৰিছে , তাতকৈ ভয়ংকৰ কি হ’ব পাৰে ? বাংলা সাহিত্য সভা , ৰণোজ পেগু, অনুৰাধা শৰ্মা পুজাৰী, ননী গোপাল মহন্ত সকলোকেই গ্ৰেপ্তাৰ কৰিব লাগে ৷বিকৃত গামোচা পৰিধান কৰা সকলোৰে বিৰুদ্ধে ৰুজু হ’ব লাগে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ!’
এই দাবী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post