সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ টিপ্পনী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ লাখ কোটি টকাৰ আর্থিক পেকেজক এইবাৰ কটাক্ষ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ৷ টুইট কৰি চিদাম্বৰমে কয়- ”কালি প্ৰধানমন্ত্ৰীয়ে আমাক এটা হেডলাইন দিলে আৰু লগত দিলে এখন উকা কাগজ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ মোৰো প্ৰতিক্ৰিয়া স্বাভাৱিকভাবে খালী হৈয়েই থাকিল!আজি অমি বিত্তমন্ৰ্ৰীয়ে সেই খালী পৃষ্ঠা পূৰণ কৰালৈকে বাট চাইছো৷ আমি আজি তীক্ষ্ণভাৱে লক্ষ্য ৰাখিম প্ৰতিটো অতিৰিক্ত টকাৰ হিচাপলৈ, যিখিনি নেকি চৰকাৰে বাস্তৱিকতে আমাৰ অর্থব্যৱস্থালৈ আগবঢ়াব৷”

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.