কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস
অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই
- Donation -