সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত

ৰাজ্যত আৰু দুজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক্ষন্তেক আগতে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে৷আক্ৰান্ত দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷ ইয়াত পাছত ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯১ জনলৈ বৃদ্ধি পালে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.