সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু এজন ক’ৰোনাত আক্ৰান্ত…

চুবুৰীয়া মেঘালয়ত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা সদৰী কৰিছে৷আক্ৰান্ত লোকজন শ্বিলঙৰ বাসিন্দা৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ৷মেঘালয়ত এতিয়ালৈকে দুজন ক’ৰোনা আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে৷ প্ৰথমগৰাকী ক’ৰোনা আক্ৰান্ত চিকিৎসকৰ ইতিমধ্যে মৃত্যু হৈছে৷ তেওঁৰ পৰাই দ্বিতীয়জন লোক সংক্ৰমিত হোৱা বুলি কোৱা হৈছে৷

- Donation -


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.