সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ এজন ক’ৰোনাত আক্ৰান্ত: অসমত ৯৭ লৈ বৃদ্ধি

অসমত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পালে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.