সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ’ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ’ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে।

উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ’ৰ পৰা টাইটল স্পনছ’ৰ লোৱাক কেন্দ্ৰ কৰি বি ছি ছি আই য়ে যথেষ্ট সমালোচনা সন্মুখীন হ’ব লগা হৈছিল। ইয়াৰ পিছতে আই পি এল কৰ্তৃপক্ষই চীনা কোম্পানীৰ স্পনছ’ৰ নোলোৱাৰ সিদ্ধান্ত লয়। গতিকে এনে এক প্ৰক্ষাপটত পতঞ্জলিয়ে স্পনছ’ৰৰ বাবে আগবাঢ়ি অহাটোৱে বহুতৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে।

- Donation -

চীনা কোম্পানীৰ স্পনছৰৰ পৰা মুক্ত কৰি পতঞ্জলিয়ে এইবাৰ আই পি এলক কৰিব নেকি প্ৰধান মন্ত্ৰীয়ে কৈ থকাৰ দৰে ‘আত্মনিৰ্ভৰ’!

Leave A Reply

Your email address will not be published.