ৰাষ্ট্ৰসংঘৰ কৰ্মীকো মাৰপিট তালিবানৰ
এইবাৰ ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে তালিবানৰ বিৰুদ্ধে ৷আনকি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ গোপন নথিত এনেধৰণৰ এক ডজন ঘটনাৰ কথা উল্লেখ কৰা…