Tag TMC

কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগমৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ স্মাৰকপত্র প্ৰদান।ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাতো তৃণমূল কংগ্ৰেছে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগম এলেকাত বৃদ্ধি কৰা কৰ-কাটল প্ৰত্যাহাৰ কৰা ইত্যাদিৰ দাবীত বিশ্বনাথ জিলা…

মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?

নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷ ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন এই নন্দীগ্ৰাম এসময়ত ঘাটি আছিল তৃণমূল কংগ্ৰেছৰ নন্দীগ্ৰামৰ পৰাই…

ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত।নিশা প্ৰায় ৭ ঘণ্টা জেৰাৰ অন্তত…

ৰিপুন বৰাক অসম তৃণমূলৰ সভাপতিৰ দায়িত্ব

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে হৈছে ৷ শেহতীয়াকৈ  তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৷ তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাত তৃণমূল কংগ্ৰেছত যোগ দিছিল ৰিপুন…

গোৱাত শিৱসেনা, এন চি পি আৰু তৃণমূল কংগ্ৰেছৰ মহাজোঁটবন্ধন হ’ল নেকি ?

দেশৰ আন চাৰি ৰাজ্যৰ লগতে গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত ৷ সৰু ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ , কংগ্ৰেছ আৰু বিজেপিৰ দখলত থকা ৰাজ্যখনত এইবাৰ সোমাই পৰিছে আম আদমি পাৰ্টী , তৃণমূল কংগ্ৰেছ , এন চি…

৩০ ছেপ্তেম্বৰত মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয়

অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ –নিৰ্বাচন ৷ভবানীপুৰৰ লগতে একেখন ৰাজ্যৰ ছমচেৰগঞ্জ , জংগীপুৰ আৰু উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিতো একেদিনাই উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল…

৭৭ ৰ পৰা ৭২ লৈ ক’ত অৱনমিত হ’ল বিজেপি ?

৭৭ ৰ পৰা ৭৫ , ৭৫ ৰ পৰা ৭৪ , ৭৪ পৰা ৭৩ আৰু মঙলবাৰে ৭৩ ৰ পৰা ৭২ লৈ অৱনমিত হ’ল বিজেপি ৷ পশ্চিমবংগ বিজেপিৰ এজনৰ পাছত আনজন বিধায়কে দল এৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷সোমবাৰে বিজেপি এৰি তৃণমূলত…

বিজেপিত ভাঙোণ : দুই বিধায়কৰ তৃণমূলৰে যোগাযোগ

পশ্চিমবংগ দখলৰ পাছত তৃণমূল কংগ্ৰেছৰ সক্ৰিয় হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতিত ৷ তাৰ লগে লগে ত্ৰিপুৰা বিজেপিত ভাঙোণ আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ আৰু দুজন বিজেপি বিধায়কে শেহতীয়াকৈ তৃণমূল নেতৃত্বক সাক্ষাৎ কৰা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে ৷ ত্ৰিপুৰাৰ বৰদৌলিৰ বিধায়ক আশীষ…

মমতা বেনাৰ্জীৰ ভতিজা , তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক ই ডিৰ তলব কিয় ?

মমতা – মোদীৰ কাজিয়া এতিয়াও শেষ হোৱা নাই ৷ পশ্চিমবংগত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ বিৰোধী মহাজোট গঠনেৰে বিজেপিক উৎখাতৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে ৷ দেশজুৰি বিজেপি বিৰোধী শক্তিক একত্ৰিত…

মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান

পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷ তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰে পশ্চিমবংগত আৰম্ভ কৰিবলৈ লৈছে লক্ষ্মী ভাণ্ডাৰ…