Tag TMC

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেৱৰ : কি দায়িত্ব পাব ?

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ পদত্যাগী সভানেত্ৰী সুস্মিতা দেৱে ৷ তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছী নেত্ৰীগৰাকীয়ে আজি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ  কৰে ৷ ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি সুস্মিতা দেৱক  ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ…

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত মিলিত হৈছে ৰাইজৰ দলৰ নেতৃত্ব…

চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?

একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান  পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা চান্দাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন মুকলি কৰিছে ৷ কি আছে…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ তেও আনকি…

পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?

পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ…

কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ’ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল…

মমতা বেনাৰ্জী : ২০২৪ ত অগ্নিকণ্যাই পাৰিবনে ?

মমতাৰ তৃণমূলে কংগ্ৰেছৰ পৰাই গজালি মেলি এতিয়া বৃক্ষৰ ৰূপ লৈছে ৷ শিপা একেডালেই ৷ গতিকে এই মিত্ৰতাত বিশ্বাস-অবিশ্বাসৰ অৱতাৰণাও কমকৈ হ’ব৷ হয়তো সেয়া সম্ভৱ হ’বলৈও গৈ আছে ৷ সেয়ে এই মুহূৰ্তত দেশবাসীয়ে একেই উৎসুকতাৰে চাই ৰৈছে মমতা বেনাৰ্জীয়ে পিনে –২০২৪ ত অগ্নিকণ্যাই বিজেপিক প্ৰতিহত কৰিব পাৰিবনে ?

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

photo courtesy: Indian Express

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে যোৱা ১১ আগষ্টত ভাৰত চৰকাৰৰ ফাইনেন্স…