২০০ কোটি টকা আত্মসাৎ প্ৰসংগত নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন
বলিউডৰ মোহময়ী অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন। ২০০ কোটি টকা আত্মসাৎ প্ৰসংগত প্ৰদান কৰা হৈছে এই বিশেষ চমন। উল্লেখ যে সুকেশ চন্দ্ৰ আৰু লিনা পলৰ ধন আত্মসাৎৰ গোচৰত অভিনেত্ৰী দুগৰাকীৰ নাম সাঙুৰ খাই পৰিছে। ইতিমধ্যে দেশৰ ৰাজধানী…