২০০ কোটি টকা আত্মসাৎ প্ৰসংগত নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন

Share This Article

বলিউডৰ মোহময়ী অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন। ২০০ কোটি টকা আত্মসাৎ প্ৰসংগত প্ৰদান কৰা হৈছে এই বিশেষ চমন। উল্লেখ যে সুকেশ চন্দ্ৰ আৰু লিনা পলৰ ধন আত্মসাৎৰ গোচৰত অভিনেত্ৰী দুগৰাকীৰ নাম সাঙুৰ খাই পৰিছে। ইতিমধ্যে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোধ-পোচ আৰম্ভ কৰিছে অভিনেত্ৰী নোৰা ফাতেহিক। জেকলিন ফাৰ্ণাণ্ডেজলৈও প্ৰেৰণ কৰা হৈছে চমন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.