টেগ thecrosscurrent

পুৱতি নিশা মাতৃক পানী বিচাৰিছিল সিদ্ধাৰ্থই

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷ অভিনেতাগৰাকীৰ মৃত্যুত সকলো শোকাহত ৷ বৃস্পতিবাৰে চিকিৎসালয়ত পোষ্টমৰ্টেম সম্পন্ন কৰাৰ পাছত তেওৰ নশ্বৰদেহ বাসগৃহলৈ নিয়া হয় ৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে আবেলি বাসগৃহৰ…

গুৱাহাটীৰ নবীন নগৰৰ দৰে পৰিস্থিতি আমেৰিকাৰ নিউয়ৰ্কত

গুৱাহাটীৰ নবীন নগৰ , অনিল নগৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৷ সকলো জলমগ্ন ৷ ঘোষণা কৰা হৈছে – ষ্টেট অৱ ইমাৰজেন্সী ৷ ধৰাবাহিক বৰষুণ আৰু ধুমুহা বতাহৰ ফলত আমেৰিকাৰ অভিজাত চহৰখন এতিয়া পানীৰ মাজত আৱদ্ধ হৈ পৰিছে…

অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল’লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

বুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল ৷ বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ’ল বিচনাত ৷মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ? বিশ্বাসেই কৰিব…

আজিৰে পৰা পুনৰ আৰম্ভ হ’ল মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

আজিৰে পৰা পুনৰ চলাচল কৰিছে মাজুলী-যোৰহাট সংযোগী ফেৰী।উল্লেখ্য যে আজি কেইবামাহো ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা। কিন্তু দুচকীয়া বাহন আৰু যাত্ৰীৰ বাবেহে মুকলি থাকিব এই সেৱা। এতিয়ালৈ চাৰিচকীয়া বাহন পাৰ কৰাৰ অনুমতি দিয়া নাই প্ৰশাসনে।

ফেচবুক , ইউ টিউবক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?

ধৰ্মীয় অপপ্ৰচাৰ , ভুৱা বাতৰিক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ৷ভাৰতত কোভিডৰ প্ৰথম ঢৌৰ সময়ত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতক লৈ একাংশ সামাজিক মাধ্যম , ৱেব পোৰ্টেলত প্ৰচাৰ হৈছিল নানা ধৰণৰ ভুৱা বাতৰি ৷ তাৰ পাছত ভুৱা বাতৰি…

ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBAৰ নতুন নিৰ্দেশনা

⚫ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে SEBAই ⚫ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব ⚫ ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা হব ⚫…

আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত হোৱা কোন এইগৰাকী দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ?

আৰ এছ এছৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ উপস্থিত হোৱা বিষয়টোক লৈ এতিয়া দেশত নতুন বিতৰ্ক আৰম্ভ হৈছে ৷সংবাদ মাধ্যমৰ খবৰ অনুসৰি , মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ…

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ…

কেৰালাৰ কোল্লামত নাঁও দুৰ্ঘটনাঃ ৪ জন নিহত, ১২ জন আহত

কেৰালাত কোল্লামত সংঘটিত হোৱা এক নাওঁ দুৰ্ঘটনাত চাৰিজনকৈ মাছমৰীয়াৰ মৃত্যু হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নাওঁখনত ১৬ জন লোক আছিল। ১২ জন আহত লোকক ইতিমধ্যেই চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। ঘটনাটো ৰাতিপুৱা এজিকেল উপকূলৰ পৰা প্ৰায় এক নটিকেল মাইল দূৰত…

কনিষ্টবল পদৰ প্ৰাৰ্থীলৈ অসম আৰক্ষীৰ বিশেষ নিদৰ্শনা

অসম আৰক্ষীত আৰম্ভ হৈছে কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত যাতে কোনেও বক্ৰ পথৰে চাকৰি লব নোৱাৰে তাৰ বাবে সষ্টম হৈছে অসম আৰক্ষী। কোনো মধ্যভোগীক উৎকোচ নিদিবলৈ প্ৰাৰ্থী সকলক সকীয়ণি জাৰি কৰিছে আৰক্ষীয়ে। পাৰদৰ্শিতা আৰু যোগ্যতাৰ ভিত্তিতে চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন…