টেগ thecrosscurrent

খাদ্য প্ৰস্তুত কৰাত পলম হোৱাৰ বাবেই ডেলিভাৰী বয়ে গুলীয়াই হত্যা কৰিলে ৰেষ্টোৰেণ্টৰ মালিকক

দিল্লীৰ কাষৰ গ্ৰেটাৰ নয়ডাত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এটা জনপ্ৰিয় খাদ্য এগ্ৰিগেটৰ এপৰ বাবে কাম কৰা এজন ডেলিভাৰী বয়ে খাদ্য প্ৰস্তুত কৰাত পলম কৰাৰ বাবে এখন ৰেষ্টুৰেন্টৰ মালিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি অৰ্ডাৰ প্ৰদানত পলম হোৱাৰ বাবে…

ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?

সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ’ল ইন্দোৰ। ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ পালি ভেকচিন অনুমোদন…

সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰা ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই দললৈ আদৰিলে কিয় ?

নীৰৱ মোদী অথবা মেহুল চক্সীৰ নাম আপুনি নিশ্চয় শুনিছে ৷ এই আটাইকেইজন একো একোজন ডাঙৰ প্ৰবঞ্চক ৷ যিয়ে  বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰিছে ৷ এতিয়া কল্পনা কৰক , যদি নীৰৱ মোদী অথবা মেহুল চক্সীয়ে বিজেপি দলত যোগদান…

অসম সন্তান আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত “ৰাহগীৰ” ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কি কি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে?

পৰিষদে ঘোষণা কৰা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কাৰ্যসূচী : 1. অহা ইং 3 ছেপ্তেম্বৰ 2021তাৰিখে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী | 2. অহা ইং 6 ছেপ্তেম্বৰ 2021 তাৰিখে বৃহৎ নদীবান্ধৰ বন্ধৰ দাবীত…

বৰষুণত বুৰিছে ৰাজধানী দিল্লী

দিল্লী এনচিআৰত আজিও অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত। ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ ৰাজপথ প্লাবিত হৈছে যাৰ ফলত ৰেল চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দিল্লী অহা তিনিৰ পৰা চাৰি দিন…

ৰাহুল গান্ধী – অখিল গগৈৰ বৈঠকত আজি কি আলোচনা হ’ব ?

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ পাছত দ্ৰুতগতিত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মহাজোঁটৰ ক্ৰমাৎ কাষ চাপিছে ৰাইজৰ দল ৷ মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ৰাইজৰ…

পুনৰ বৃদ্ধি হ’ল LPG চিলিণ্ডাৰৰ মূল্য

দেশত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে LPG চিলিণ্ডাৰ আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্য। জনতাক মাধমাৰ শোধাই এইবাৰ আকৌ ঘৰুৱা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ মূল্য ২৫ বৃদ্ধি কৰা হৈছে। তেল কোম্পানীবোৰে শেষবাৰৰ বাবে ১৭ আগষ্টত ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছিল। শেহতীয়া বৃদ্ধিৰ পিছত ৰাষ্ট্ৰীয়…

কি কি আছে নতুন SOPত?

◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা…

দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান

মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ মহম্মদৰ মাজত তালিবানৰ উদ্যোগত বৈঠক…