টেগ thecrosscurrent

চলন্ত ৰেলৰ ভিতৰত অন্তৰ্বাস পিন্ধি ঘূৰি ফুৰা কোন এই বিধায়ক ?

বিহাৰৰ শাসনাধিষ্ঠ জনতা দল অৰ্থাৎ জেডি(ইউ)ৰ বিধায়ক গোপাল মণ্ডলৰ ৰেলৰ ভিতৰত অন্তৰ্বাস পৰিহিত এখন ফটোয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। তেজস ৰাজধানী এক্সপ্ৰেছে এচি প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টত মণ্ডলৰ অন্তৰ্বাসত ঘূৰি ফুৰা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই স্তম্ভিত হৈ পৰে…

ড্ৰাগছ কেচ: তদন্ত সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী ৰাকুল প্ৰীত সিং

শুকুৰবাৰে এটা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) হায়দৰাবাদৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। উল্লেখ্য যে বিগত মঙলবাৰে ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত সংস্থাটোৰ বিষয়াসকলৰ সন্মুখত হাজিৰ হ’বলৈ হায়দৰাবাদৰ ইডি কাৰ্যালয়লৈ আহিছিল চলচ্চিত্ৰ পৰিচালক পুৰী জগন্নাধ। গোচৰটো ২০১৭ চনত…

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ধনদাবী কৰি কোনে লুটিলে ২০০ কোটি?

তিহাৰ জেলৰ পৰা ফোনযোগে এগৰাকী মহিলাক প্ৰতাৰণা কৰি ২০০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চন্দ্ৰশেখৰ নামৰ ব্যক্তিজনে ফাৰ্মাচিউটিকেল কোম্পানীৰ স্বত্বাধিকাৰী শিবিন্দৰ সিঙৰ পত্নীৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে…

সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা নাই…

ডিম্পল হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তিঃ আৰক্ষীৰ জেৰাত কি ক’লে‌ আশিক গুপ্তাই ?

আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খোৱাত বাধা দিছিল হত্যাকাৰী অশিকে। যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অভিযুক্তই । আৰক্ষীৰ চকুত ধূলি দিবলৈ হত্যাকাণ্ডটো ডকাইটি কাণ্ডৰ ৰূপ…

কোন হ’ব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি?

সুদীৰ্ঘ দুটা দশকৰ পিছত আজি আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব তালিবানে। চৰ্চা চলিছে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল গণি বাৰাদাৰেই হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। তালিবানৰ চাৰি শীৰ্ষ নেতাৰ ভিতৰত বাৰাদাৰৰ স্থান দ্বিতীয়। উল্লেখ্য যে পাকিস্তানী সেনাই ২০১০ চনত…

আজি অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্থাৎ আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ভোগেশ্বৰ বৰুৱাই দুবাৰকৈ বেংককত অনুষ্ঠিত এছিয়ান গেমচত অংশগ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এছিয়ান গেমচত ১৯৬৬ চনত পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত…

কিয় ওজন হ্ৰাস পাইছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ?

উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ কথা হয়তো আপোনাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ কিম জং চৰ্চালৈ আহিছে তেঁওৰ স্বাস্থ্যৰ বাবে। কিমৰ কিছুমান ছবি আকৌ এবাৰ ভাইৰেল হৈ পৰিছে য’ত কিমক যথেষ্ট ক্ষীণ দেখা গৈছে। কিন্তু আচৰিত ধৰণে…

পেৰা অলিম্পিকত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে

পুৰুষৰ হাই জাম্প (টি৬৪) ফাইনেলত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে। শুক্ৰবাৰে ২.০৭ মিটাৰ জাম্পৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি প্ৰবীণ কুমাৰৰ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিলে। ১৮ বছৰীয়া কুমাৰে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত প্ৰতিদ্বন্দিতা কৰি ২.০৭…

আজিৰে পৰা ঘৰতে বহি ড্ৰাইভিং লাইচেন্স লাভ কৰিব আপুনি! কিন্তু কেনেকৈ?

এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে আপুনি আৰু ডিটিঅ’ অফিচত দীঘলীয়া শাৰী পাতিব নালাগে। আজিৰে পৰা ঘৰতে বহি অনলাইন যোগে লাৰ্ণাৰ্চ লাইচেন্স লাভ কৰিব আপুনি। আজি দিনৰ ১২ বজাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অনলাইন লাৰ্ণাৰ্চ লাইচেন্স প্ৰাপ্তিৰ সুবিধা…