টেগ thecrosscurrent

কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

অৰূপ কলিতা বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে ৰাজনীতিৰ ময়দানলৈ ৷…

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভূক্তিঃ কি ক’লে ইলোৰা বিজ্ঞান মঞ্চই?

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী : ৪ ছেপ্টেম্বৰ, ২০২১ কিছুদিন পূৰ্বে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে দেশৰ লগতে ৰাজ্যখনৰো ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন সংগঠন, বিজ্ঞানী আৰু বিজ্ঞানমনস্ক লোকৰ প্ৰতিবাদ মাৰ নৌযাওঁতেই যোৱা ৩ ছেপ্টেম্বৰত অসমৰ…

দেওবাৰে উত্তৰ প্ৰদেশত কিয় সমাবেত হ’ব ৫ লাখ কৃষক ?

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন ক’লা কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ দেওবাৰে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত আয়োজন কৰা হৈছে কৃষকৰ মহাপঞ্চায়ত ৷ সংযুক্ত কৃষক মৰ্চাই আহ্বান জনোৱা এই মহাপঞ্চায়তত ৫ লাখ কৃষকে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰা হৈছে…

কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰি কি ক’লে অমিত শ্বাহে ?

শণিবাৰে অসম চৰকাৰে ৬ বিদ্ৰোহী সংগঠনৰ লগত স্বাক্ষৰ কৰিলে কাৰ্বি শান্তি চুক্তি ৷এই বিদ্ৰোহী সংগঠনকেইটা  বিগত কেবাদশক ধৰি সক্ৰিয় হৈ আছিল ৷ শান্তি চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনকেইটা হৈছে  কে এল এন এল এফ , পি ডি চি কে ,…

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

৩০ ছেপ্তেম্বৰত মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয়

অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ –নিৰ্বাচন ৷ভবানীপুৰৰ লগতে একেখন ৰাজ্যৰ ছমচেৰগঞ্জ , জংগীপুৰ আৰু উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিতো একেদিনাই উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল…

চাৰি ৰাজ্যত আকৌ শাসনলৈ বিজেপি , পঞ্জাৱত কোন ?

২০২২ চনত অনুষ্ঠিত হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল হিচাপে বিবেচিত হৈছে ৷ তাতে ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশৰো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইবাবেই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন শাসক – বিৰোধী…

যৌনকৰ্মীক মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা তালিবানৰ

ক্ষমতা দখৰ পাছত এইবাৰ আফগানিস্তানৰ যৌনকৰ্মীসকলৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷ সংবাদ সংস্থা ‘দ্য চানে’ প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে যৌনকৰ্মীসকলক চিনাক্ত কৰি মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ যাৰ বাবে দেশখনৰ যৌনকৰ্মীসকলে হয় আত্মগোপন কৰিছে , নহ’লে দেশ এৰি…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে…

কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকিব। তালিবানে দাবী কৰিছিল…