টেগ thecrosscurrent

পুনৰ মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান

বিগত ৫ মাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান। ক’ভিড মহামাৰী ৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ আছিল উদ্যানখন। ক’ভিড পৰিস্থিতি কিছু শাম কটাৰ বাবে ক’ভিড প্ৰটোকল মানি উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰে উদ্যান…

যমুনা বড়োৰ চাকৰি , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি কেবিনেটত আৰু কি সিদ্ধান্ত ?

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ▶️  কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বিক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তিত অনুমোদন জনায়৷ অহা ৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত ক্ৰীড়াবিদ দুগৰাকীক নিযুক্তি-পত্ৰ প্ৰদান…

আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ…

প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান

ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। পায়’নীয়াৰ শীৰ্ষক বাতৰি কাকতখনৰ সম্পাদক আছিল প্ৰয়াত চন্দন মিত্ৰ। বহুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল প্ৰয়াত মিত্ৰ আৰু যোৱাকলি নিশা দিল্লীৰ এখন হাস্পতালত তেওঁৰ মৃত্যু হয়।…

বৰ্তমান সময়ত দেশত নিৱনুৱাৰ সংখ্যা কিমান?

ক’ভিডৰ কালৰূপে জনতাক মাধমাৰ শোধাই থকাৰ মাজতে আগষ্টত দেশৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা খণ্ডৰ ১.৫ নিযুতৰো অধিক লোক নিবনুৱা হৈ পৰিছে। Centre for Monitoring Indian Economyৰ এক প্ৰতিবেদন অনুসৰি বিগত জুলাই মাহত কৰ্ম সংস্হাপন থকা লোকৰ সংখ্যা আছিল ৩৯৯.৩৮ নিযুত।…

দেশত নতুনকৈ মুকলি কৰা হ’ল ১২৫ টকাৰ মুদ্ৰা

দেশত নতুনকৈ মুকলি হ’ল ১২৫ টকাৰ মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ ১২৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজি আমি শ্ৰীল…

গো সুৰক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া উচিত: এলাহাবাদ উচ্চ ন্যায়ালয়

স্বাধীনতাৰ আগৰে পৰাই দেশৰ ৰাজনীতিত গৰু হৈছে এটা চৰ্চিত আৰু বিতৰ্কিত বিষয়। কিন্তু এইবাৰ গৰুক লৈ এক বিশেষ মন্তব্য কৰিছে এলাহবাদ উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে আৰু গৰু সুৰক্ষাক মৌলিক অধিকাৰ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত…

ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?

মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷ ৰাহুল গান্ধীয়ে লগতে কয় – চৰকাৰে কয় যে…

পুলিচ- আচামী- উকীল এতিয়া একেলগে বিজেপিৰ মঞ্চত

আচামী , পুলিচ , অধিবক্তাই যদি এটা সময়ত একেটা ঘাটতে পানী খাবলৈ লয় , এইখন দেশত আইন , আৰক্ষী , আদালতৰ ওপৰত সাধাৰণ ৰাইজে বিশ্বাস ৰাখিব কেনেকৈ ?