টেগ thecrosscurrent

২৭ ছেপ্টেম্বৰত দেশৰ কৃষকৰ ‘ভাৰত বন্ধ’ ঘোষণা !

মোদী চৰকাৰক তীব্ৰ বিৰোধিতা কৰি কৃষক সংগঠনে আহ্বান কৰিছে ‘ভাৰত বন্ধ’। মোদী চৰকাৰক আম্বানী, আদানীৰ চৰকাৰ আখ্যা দি কৃষক সংগঠনৰ তীব্ৰ প্ৰতিবাদেৰে ভাৰত বন্ধৰ ঘোষণা কৰিছে। সমগ্ৰ ভাৰত অচল কৰাৰ হুংকাৰ কৃষসকলৰ। ৪০ টাকৈ কৃষক সংগঠনে প্ৰধানমন্ত্ৰী মোদীক‌ কৃষক বিৰোধী…

২৭ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান ভাৰতীয় কিষাণ ইউনিয়নৰ

দেশত এতিয়াও অব্যাহত আছে কৃষি আইন বিৰোধী কৃষক বিদ্ৰোহ। নিজৰ অধিকাৰৰ বাবে সময়ৰ সকলো প্ৰত্যাহ্বানক নেওচি প্ৰতিবাদ সাব্যস্ত কৰি আছে দেশৰ অন্নদাতা সকলে। ইয়াৰ মাজতে ভাৰতীয় কিষাণ ইউনিয়নে ২৭ ডিচেম্বৰত ভাৰত বন্ধ পালন কৰাৰ কথা ঘোষণা কৰিছে। কৃষি আইন প্ৰত্যাহাৰৰ…

পুনৰ কি নতুন বিতৰ্কত বলীউডৰ লেডী ডন কংগনা ৰাণাৱত?

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিষয়ে আপোনাক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অনন্য জীৱন-শৈলীৰ বাবে প্ৰায়েই চৰ্চালৈ আহে কংগনা। কিন্তু এইবাৰ আহিবলগীয়া ছবি “থালাইভি”ক কেন্দ্ৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে অভিনেত্ৰী গৰাকীয়ে। বিগত কেইটামান মান বছৰত…

হাওৰাঘাটত জ্ঞান সাধনা বঁটা প্ৰদান

৫ ছেপ্তেম্বৰ, হাওৰাঘাট : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটতো শিক্ষক দিৱস উদযাপন । এই উপলক্ষে সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত তিনি গৰাকী কৃতী শিক্ষ্ক ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ, সাৱিত্ৰী দাস আৰু আশ্ৰফ উদ্দিন আহমেদ লৈ “জ্ঞান সাধনা বঁটা” আৰু দুগৰাকী…

শিক্ষকতাৰ এক অম্লান স্মৃতি

হেমেন দাস ১৯৬১ চন। মই গুৱাহাটীৰ ছাত্রীবাৰীৰ আৰবান বেচিক স্কুলৰ প্ৰধান শিক্ষক আছিলো। এদিন স্কুল ছুটিৰ পাছত বিলপাৰৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছিলো। হঠাৎ এজন ৫/৬ বছৰীয়া ল’ৰাই পিছ ফালৰ পৰা আহি মোৰ ধুতিত খামুছি ধৰি ক’ব ধৰিছিল “হেড মাষ্টৰ…

শিক্ষক দিৱসৰ দিনাই কান্দি কান্দি প্ৰতিবাদত বহিল শিক্ষক শিক্ষয়িত্ৰী

মহানগৰীৰ মাজ মজিয়াতে শিক্ষক দিৱসৰ দিনাই প্ৰখৰ ৰদত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। প্ৰতিবাদ স্থলীতেই কান্দোনত ভাগি পৰিল শিক্ষক শিক্ষয়িত্ৰী সকল। পদ পাদেশিকীকৰণৰ বাবে দীৰ্ঘ দিন ধৰি চৰকাৰক অনুৰোধ জনাই অহাৰ পাছতো কোনো সুফল লাভ নকৰিলে, শিক্ষকতাৰ দৰে পৱিত্ৰ…

বিশ্ব সন্ত্ৰাস তালিবানক সহায় কৰিছে নেকি পাকিস্তানে? সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন-

নিয়ৰ ডেকা প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। আফগানিস্তানৰ পাঞ্জশিৰত তালিবান আৰু প্ৰতিৰোধ বাহিনীৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। ইফালে তালিবান প্ৰতিৰোধ বাহিনীয়ে দাবী কৰিছে যে ইতিমধ্যেই শনিবাৰে ৬০০…

কৃষক বিদ্ৰোহে সমস্যাত পেলাব বিজেপিক : আৰ এছ এছৰ আশংকা

পাঁচ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে মাথা – ব্যাথাৰ কাৰণ হৈ উঠিব পাৰে কৃষক বিদ্ৰোহ ৷ আৰ এছ এছৰ দুদিনীয়া পৰ্যালোচনা বৈঠকত এই আশংকাই ব্যক্ত কৰা হৈছে ৷সংঘৰ নেতাসকলৰ পৰ্যবেক্ষণ অনুসৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৃষক নেতাসকলৰ লগত আলোচনা কৰি…

RSSৰ সৈতে তালিবানৰ তুলনা! প্ৰবীণ শিল্পী জাভেদ আখটাৰৰ বিৰুদ্ধে কিয় সৰৱ হ’ল বিজেপি?

শেহতীয়া এটা সাক্ষাৎকাৰত RSSক তালিবানৰ সৈতে তুলনা কৰি বিপদত পৰিছে দেশৰ প্ৰবীণ শিল্পী জাভেদ আখটাৰ। জাভেদে কৈছিল যে যিদৰে তালিবানে ইছলামী এমিৰেটছ প্ৰতিষ্ঠা কৰিব বিচাৰে ঠিক তেনেদৰে আন এটা গোটে হিন্দু এমিৰেটছ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰি আছে। দুয়োটা গোটৰ মানসিকতা…

টকিঅ’ পেৰালিম্পিকত ভাৰতৰ কৃষ্ণা নাগাৰৰ স্বৰ্ণ জয়

টকিঅ’ পেৰালিম্পিক ২০২০ত ভাৰতৰ হৈ পঞ্চমটো স্বৰ্ণ কৰিলে দুৰ্দান্ত বেডমিণ্টন ষ্টাৰ কৃষ্ণা নাগাৰে। বেডমিণ্টন ছিংগলছৰ (এছএইচ-৬) তীব্ৰ প্ৰতিদ্বন্দিতা মূলক মেচত হংকঙৰ চু মান কাইক পৰাস্ত কৰি স্বৰ্ণ পদক আঁজুৰি আনিলে নাগাৰে। ৪৩ মিনিটৰ খেলত নাগাৰে কাইক ২১-১৭, ১৬-২১ আৰু ২১-১৭…