Investigative reporting with dedication.
“যাত্ৰীৰো ভুল আছে, কম বেছি পৰিমাণে সকলোৰে ভুল আছে”: বিধায়ক অতুল বৰা

মাজুলীত যোৱাকলিৰ বিয়লি ভাগত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনা সন্দৰ্ভে এইবাৰ বিস্ফোৰক মন্তব্য দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ। বিধায়ক গৰাকীয়ে আজি কয় যে “যাত্ৰীৰো ভুলৰ বাবেই সংঘটিত হল ভয়ংকৰ নাও দুৰ্ঘটনাটো। যিমান যাত্ৰী উঠে সিমান বাহন নাওঁত উঠাই যাত্ৰা কৰে।…










