টেগ thecrosscurrent

সুখবৰঃ ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ তিনিখন বিশেষ গাঁৱে! কিন্তু কিয়?

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও। মেঘালয়ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত…

আজি APSCৰ প্ৰাৰম্ভিক পৰীক্ষাঃ আশাবাদী ৰাজ্যৰ তৰুণ-তৰুণী

আজি APSCৰ প্ৰাৰম্ভিক পৰীক্ষা। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৭৬০৭১ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৩১খন জিলাৰ সদৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। বিভিন্ন শ্ৰেণীৰ ৩৩১টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হৈছে এই পৰীক্ষা। কেইবছৰ মান পূৰ্বে APSC…

জলবন্দী ৰাজধানী দিল্লীঃ বিমানবন্দৰ নে ছুইমিং পুল ধৰিবই নোৱাৰি!

এতিয়া প্ৰৱল বৃষ্টিপাতে বুৰাই পেলাইছে দিল্লীৰ বিস্তীৰ্ণ অঞ্চল। আন অঞ্চলৰ কথাটো বাদেই ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰটো কার্যতঃ ছুইমিং পুললৈ পর্যবসিত হৈছে৷ শনিবাৰে পুৱাৰ ভাগত অহা প্রবল বৰষুণজাকে বিমানবন্দৰটোৰ বৃহৎ এলেকা প্লাৱিত কৰাৰ পাছত বেয়া বতৰৰ বাবে কর্তৃপক্ষই পাঁচখনকৈ বিমানৰ উৰণ…

নিমাতীঘাট ট্ৰেজেডীঃ তিনি বছৰত দুবাৰকৈ নিলম্বিত হোৱা কোন এই অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী?

২০১৮ চনৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তা পদত অধিষ্ঠিত আছিল বিক্ৰমাদিত্য চৌধুৰী। সেই ঘটনাৰ পিছতে চৌধুৰীক উক্ত পদৰ পৰা নিলম্বন কৰা হৈছিল। বিগত বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছতো সেই একেই পদত অধিষ্ঠিত…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল…

সুখবৰঃ নেহৰু ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হ’ব ক্ৰিকেট

১৯৮৩ চনৰ পৰা ২০১০ চনলৈ কেইবাখনো আন্তঃৰাষ্ট্রীয় মেচৰ সাক্ষী হৈ ৰোৱা নেহৰু ষ্টেডিয়ামক ক্রিকেটৰ বাবে নতুন ৰূপত সজাই তুলিছে অসম ক্রিকেট সন্থাই৷ অসমৰ ক্রীড়াৰ প্রসাৰ আৰু উন্নয়নত উল্লেখনীয় অৰিহণা আগবঢ়োৱা এই ষ্টেডিয়াম খনতে নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব দেশৰ আগশাৰীৰ ঘৰুৱা…

“আজি জীৱনৰএটা বহুদিনীয়া সপোন সঁচা হ’ল” কিয় ক’লে নীৰজ চোপ্ৰাই

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক বিজয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই। প্ৰচুৰ সাধনা আৰু অধ্যৱসায়ৰ ফলত অলিম্পিকত স্বৰ্ণ পদকসহ ভাৰতলৈ আহে নীৰজ। নীৰজৰ এটা সপোন আছিল পিতৃ মাতৃৰ সৈতে একেলগে বিমানত ভ্ৰমন কৰাৰ আৰু তেওঁ পিতৃ-মাতৃক বিমানেৰে…

মাজুলীত নিষিদ্ধ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী !

বুধবাৰে সংঘটিত হোৱা ভয়ানক নাওঁ দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰতিবাদত উত্তাল হৈ আছে মাজুলী। মাজুলী জিলা ছাত্ৰ সন্থায়ে মাজুলীত নিষিদ্ধ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। মাজুলীবাসীক ক্ষমা নোখোজা পৰ্যন্ত মাজুলীত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে মাজুলী জিলা ছাত্ৰ সন্থাই। লগতে মাজুলীবাসীৰ…

মোদীৰ গুজৰাটত বিজেপিৰ অথন্তৰ! পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত অথন্তৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত। গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে। প্ৰাপ্ত তথ্য অনুসৰি ৰূপানিৰ শাসনক লৈ অসন্তুষ্ট আছিল…

ফেৰীৰ চৰ্দাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে অসম আৰক্ষীৰ?

নিমাতীঘাটত সংঘটিত ভয়ংকৰ আৰু শোকাৱহ ফেৰী দুর্ঘটনাৰ পাছত শেহতীয়াকৈ চর্চালৈ অহা নামটোৱেই হৈছে পানীৰাম কলিতা৷ এইজন পানীৰাম কলিতাই হৈছে নিমাতীঘাটৰ ফেৰী ছিণ্ডিকেটৰ চর্দাৰ তথা একছত্ৰী সম্ৰাট৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীৰ আশিসধন্য হৈ পানীৰাম কলিতাই বছৰ বছৰ ধৰি…