Investigative reporting with dedication.
প্ৰবীণ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ বিয়োগ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য অস্কাৰ ফাৰ্ণাণ্ডেজৰ মঙলবাৰে মাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ফাৰ্ণাণ্ডেজ ইউপিএ চৰকাৰৰ কেন্দ্ৰীয় পথ – পৰিবহন , শ্ৰম আৰু নিযুক্তি দপ্তৰৰ মন্ত্ৰী আছিল। ফাৰ্ণাণ্ডেজ কংগ্ৰেছৰ শীৰ্ষ নেতা ছোনিয়া…










