টেগ thecrosscurrent

নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ?

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ’ পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ’ পিৰ নিদের্শনা সমূহ- 1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ। 2.প্ৰত্যেক জিলা…

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দল। এই অভিযোগৰ তদন্ত কৰিব CM ভিজিলেন্সৰ দলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক…

বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা গান্ধী পৰিয়ালৰ প্ৰথম গৰাকী সদস্য হব প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশত সমাগত বিধানসভা নিৰ্বাচন । ২০২২ বৰ্ষত অনুষ্ঠিত হব দেশৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয়কাৰী ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। ইয়াৰ মাজতে চৰ্চা চলিছে যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু উত্তৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ৰায়বৰেলী বা আমেথি…

অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্বি ছাত্ৰ সন্থাৰ

অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি ভূমিৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ…

জঘন্য নাৰী নিৰ্যাতন কাণ্ডৰ ৪৮ ঘণ্টাৰ পাছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক?

ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী! জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ষ্টেটবেংক কাণ্ডৰ অভিযুক্তক। ৰাজ্যৰ বিশেষ আৰক্ষী অধীক্ষক জি পি সিঙৰ নিৰ্দেশৰ পিছতো ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অভিযুক্তক। নাৰী নিৰ্যাতন কাণ্ডৰ ভিডিঅ ছছিয়েল…

CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাটঃ হিমন্ত বিশ্ব শৰ্মা

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত মাজুলীৰ জল যাতায়তৰ বাবে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। আজি পৰিস্থিতি পুনৰ নিৰীক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CCTVৰে গুৱাহাটীৰ পৰাই মাজুলীৰ ঘাট নিৰীক্ষণ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ…

ধৰ্ষণকাৰীক ধৰি কৰা হ’ব এনকাউণ্টাৰঃ ধৰ্ষণকাৰীক হুংকাৰ দিয়া কোন এই কেবিনেট মন্ত্ৰী?

দেশত ক’ভিডে তাণ্ডৱ চলাই থকাৰ মাজতে এটা জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে তেলেংগনা। ৬ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা কৰিলে দুৰ্বৃত্তই। যাৰ ফলত তেলেংগানাত এতিয়াও অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰী।…

আজি উদ্বোধন হ’ব সংসদ টিভি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব সংসদ টিভি। প্ৰধানমন্ত্ৰীৰ লগতে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যুটীয়াভাৱে কৰিব উদ্বোধন। আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে উদ্বোধন কৰা হব সংসদ টিভি। বিগত ফেব্রুৱাৰী মাহত লোকসভা আৰু ৰাজ্যসভা টিভিক একত্ৰিত…

ডিব্ৰুগড ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন

সভ্য সমাজক লজ্জানত কৰি এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড ষ্টেট বেংকত শাৰী পাতি ৰৈ থকা অৱস্থাতেই যৌন নিৰ্যাতন বলি হয় এগৰাকী মহিলা। ঘটনাক লৈ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। লম্পট ব্যক্তি জনক গ্ৰেপ্তাৰৰ দাবী কৰে…

টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব নেকি কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী?

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত ফিল্ডত নামিবলৈ সাজু হৈছে বিশ্বৰ শ্ৰেষ্ঠ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। আগন্তুক টি-২০ বিশ্বকাপ ভাৰতীয় ডাগআউটত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। অৱশ্যে এইবাৰ খেলুৱৈ হিচাপে নহয় দলৰ মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপেহে নিৰ্বাচন কৰা হৈছে ধোনীক।…