সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ৷ কিন্তু হিমন্ত বিশ্ব শর্মা সন্দর্ভত কি কি অভিযোগ উত্থাপন কৰিছিল মনিষ চিচোডিয়াই? মনিষ চিচোডিয়াৰ বিৰুদ্ধে কি কি অভিযোগ আনিছে হিমন্ত বিশ্ব শর্মাই? কি হ’ব আদালতত? …

কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?

কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক…

নূপুৰ শৰ্মাক ১০ টা ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ।

নূপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খুজিব? বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক ১০ টা ধমক উচ্চতম ন্যায়ালয়ৰ। একেসময়তে দিল্লী আৰক্ষীকো ভৰ্ৎসনা ন্যায়ালয়ৰ। ন্যায়ালয়ৰ প্ৰশ্ন ইমান দিনে কি কৰি আছিল দিল্লী আৰক্ষীয়ে? https://youtu.be/HAWFRusR708

‘দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত নুপূৰ শৰ্মাই’ উচ্চতম ন্যায়ালয়

দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ দিল্লীলৈ স্থানান্তৰিত কৰাৰ আৱেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰ বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাক। https://youtu.be/XDL5y4m2GBY

EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে  বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই  মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট…

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, 'চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই’৷ কিন্তু কি যুক্তি? https://youtu.be/5SrWQf-SD0g

উচ্চতম ন্যায়ালয়ত একনাথ সিন্দেৰ কি আবেদন : সঞ্জয় ৰাউটৰ ই ডিৰ চমন

মহাৰাষ্ট্ৰৰ ৰাজনীতি এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰ্ণয় হ'ব। শিৱসেনাৰ ১৬ গৰাকী বিসম্বাদী বিধায়কক বিধানসভাৰ অধ্যক্ষই দিয়া কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে একনাথ সিন্দে আৰু ১৫ গৰাকী বিধায়ক। উচ্চতম…