সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

বিজেপিক সৰ্বোচ্চ দিও কিয় পৰাজিত হ’ল জী নিউজৰ স্বত্বাধিকাৰী সুভাষ চন্দ্ৰা ?

ৰাজ্যসভাৰ নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছে দেখুৱালে শক্তি ৷ মহাৰাষ্ট্ৰ , কৰ্ণাটক , হাৰিয়ানাত বিৰোধীৰ ক্ৰছ ভোটিঙ ৷ বিজেপিৰ মুখত হাঁহি ৷ চাওক ভাৰতৰ ৰাজনীতিৰ শেহতীয়া খবৰ - স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…

প্ৰয়োজনীয় সংখ্যা থাকিও চাৰি ৰাজ্যত কেনেকৈ পৰাজিত হ’ল বিৰোধী?

কালি অৰ্থাৎ ১০ জুনত অনুষ্ঠিত হয় ৪ খনকৈ ৰাজ্যৰ ১৬ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজস্থান,কৰ্ণাটক,হাৰিয়ানা,আৰু মহাৰাষ্ট্ৰত ১৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ খন ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।…

সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ

ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়? https://youtu.be/C9buUq7yEvk

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ। ৰাষ্ট্ৰপতি পদৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ কুছকাৱাছ বিৰোধীৰ। https://youtu.be/FSSNYNvEzCM

নতুন মন্ত্ৰীসভাত কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল?

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি, ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল? চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দায়িত্ব কিয় হ’ব প্ৰত্যাহ্বানপূৰ্ণ ? চাওক এই প্ৰতিবেদনত- https://youtu.be/Ule5y6U90Vk

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই?

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই? অসমৰ সকলো বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা, নাই কম্পিউটাৰ-ইন্টাৰনেট সেৱা, নাই বিদ্যুৎ৷ কেনেকৈ ভালফল দেখুৱাব চৰকাৰী বিদ্যালয়ে? https://youtu.be/vOqCrWJK-tg

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮…

চৰকাৰৰ বিৰুদ্ধে দেশক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কিয় ৰাহুল গান্ধীৰ ?

পুৱাই ভাৰত চৰকাৰক সকীয়ণি দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট ৷ ভাৰত-চীন সীমান্তত চীনে নিৰ্মান কাৰ্য চলাই থকা সন্দৰ্ভত টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে চীনে ভৱিষ্যতে শত্ৰুতাপূৰ্ণ কাৰ্যৰ বাবে ভেটি নিৰ্মান কৰি আছে ৷ ভাৰত চৰকাৰে বিষয়টোক আওকান কৰি…