সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the cross current

ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম

নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা  প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ খবৰ অহা…

চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?

লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ? ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে…