সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#student

চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব অসম চৰকাৰ?

অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপেই লৈছে অসম চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ- ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয়৷ চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে…

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক'ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক'ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই…