সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#ripun_bora

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যোগদানত কিদৰে হেঙাৰ হৈছে ৰিপুন বৰা?

দেশৰ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ ৰিপুন বৰাৰ লগত টেলিফোনত কি কথা পাতিলে প্ৰশান্ত কিশোৰে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…

তৃণমূলত যোগদানৰ পূৰ্বে ৰিপুন বৰাই কি ক’লে ছোনিয়া গান্ধীক ?

অসমৰ কোন কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰীৰে সম্পৰ্ক ৰক্ষা কৰে ? কাৰ আচৰণৰ বাবে ৰাজ্যসভাত জিকিল বিজেপি ? পদত্যাগী ৰিপুন বৰাৰ বিস্ফোৰণ - https://youtu.be/n1xdCcKWbkY

মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?

অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন বৰাৰ পৰা লৈছে ১ কৌটি ৬০ লাখ টকা , নীলমনি সেন ডেকাৰ…

কি কৌশলেৰে বিজেপিয়ে জয়ী কৰাব ৰাজ্যসভাৰ দ্বিতীয়গৰাকী প্ৰার্থীক?

ৰাজ্যসভাৰ নির্বাচন৷ বিজেপি মিত্ৰজোঁটে দূয়োখন আসনৰ বাবে ঘোষণা কৰিলে প্ৰার্থী৷প্ৰথমখন আসনৰ বাবে বিজেপি দলৰ পবিত্ৰ মার্ঘেৰিটাক আৰু দ্বিতীয়খন আসনৰ বাবে মিত্ৰ দল ইউপিপিএলৰ ৰৌণগোৰা নার্জাৰীক৷ প্ৰধান বিৰোধী দল কংগ্ৰেছেও ৰাজ্যসভাৰ নির্বাচনত অৱতীর্ণ…

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ ভোটেৰে কেনেকৈ জিকিছিল শাসকীয় প্ৰার্থী?

পীয়ুষ হাজৰিকাই কৈছে,ৰিপুন বৰা নিজিকে৷কংগ্ৰেছৰেই বহুতে ৰিপুন বৰাক নিবিচাৰে৷ইয়াৰ অর্থ এয়াই,যে কংগ্ৰেছেও ৰিপুন বৰাক ভোট নিদিব পাৰে,কংগ্ৰেছেও ভোট দিব পাৰে বিজেপিক৷কিন্তু এয়া সম্ভবনে?ৰাজ্যসভাৰ নির্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজনীতি৷চলিছে…