সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

RBI

বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে

এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি…

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা…

দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…