সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#rape

গুৰু গোঁসাই নমনা পুত্ৰ,লটিঘটি মন্ত্ৰীৰ

এগৰাকী ১৬ বছৰীয়া যুৱতীৰ ধৰ্ষণৰ লগত ত্ৰিপুৰাৰ এগৰাকী মন্ত্ৰী ভগৱান দাসৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ উনকতি জিলাত।ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বিগত ১৯ অক্টোবৰত…

উদ্ভৱ ভৰালীৰ বিৰুদ্ধে তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ

পুনৰ সংবাদ শিৰোনামত পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালী। বিভিন্ন সময়ত নিজস্ব উদ্ভাৱনৰ জৰিয়তে সংবাদ শিৰোনামত থাকে উদ্ধৱ ভৰালী। কিন্তু এক কাৰণতহে সংবাদ শিৰোনামলৈ আহিছে উদ্ধৱ ভৰালী। ভৰালীয়ে নিজৰ তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে।  …

মাইচ’ৰত ছাত্ৰীক দলবদ্ধ ধৰ্ষণঃ ৫ জনক গ্ৰেপ্তাৰ

মঙলবাৰে নিশা মাইচ'ৰত এগৰাকী ২৩ বছৰীয়া MBA পাঠ্যক্ৰমৰ ছাত্ৰীক চাৰি-পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো মাইচ'ৰৰ ললিতহাদ্ৰিপুৰা অঞ্চলৰ টিপ্পায়ানাকেৰী অঞ্চলত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল।…