আৰক্ষী আইনৰ অধীনত পৰিচালিত হৈছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নির্দেশত?
শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ…