সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

oil india

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ'ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

বাঘজানৰ জুই নুমোৱাত প্ৰথম পৰ্যায়ৰ সফলতা অইল ইণ্ডিয়াৰ

বাঘজানৰ জুই নুমোৱাত আংশিক সাফল্য লাভ অইল ইণ্ডিয়াৰ।কেইবাটাও প্ৰয়াসৰ অন্তত, সুদীৰ্ঘ ৮৩ দিনৰ অন্তত বাঘজানৰ জ্বলন্ত বি জি আৰ-৫ নং খাদটোৰ মুখত অইলে সফল ভাবে বি অ' পি(ব্ল' আউট প্ৰভেণ্টৰ) স্থাপন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বি অ' পি স্থাপন…