সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

nilay_dutta

অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত সদ্যপ্ৰয়াত জেষ্ঠ অধিবক্তা নিলয় দত্তৰ দুটা বিশেষ টুইট

আজি হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জেষ্ঠ অধিবক্তা তথা খেলুৱৈ নিলয় দত্তই। কিন্তু মৃত্যুৰ পিছত নিলয় দত্তৰ দুটা বিশেষ টুইটে চৰ্চা লাভ কৰিছে ছছিয়েল মিডিয়াত। অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত টুইট কৰিছিল প্ৰয়াত দত্তই।…

প্ৰবীণ অধিবক্তা নিলয় দত্ত আৰু নাই

আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অধিবক্তা নিলয় দত্তই। চুটিত কুৰ্গত আছিল দত্ত। দত্ত অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ উপদেষ্টা আৰু ক্ৰিকেট আম্পায়াৰ আৰু…