সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

nepal

অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ

বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত। জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি।…

নেপালে সলনি নকৰে মানচিত্ৰ, ভাৰতৰ নাই প্ৰত্যুত্তৰ!

শেহতীয়াকৈ ভাৰত-নেপালৰ কূটনৈতিক সম্পৰ্কত ব্যাঘাত জন্মিছে লিপুলেখ-কালাপানী-লিম্পিয়াধৰাক লৈ। এইবাৰ নেপালে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁলোকে মানচিত্ৰ সালসলনি নকৰে। নিজৰ সিদ্ধান্তত অটল থাকিব বুলি জনাইছে কাঠমাণ্ডুৱে। বিগত মে' মাহত এক বিতৰ্কিত…

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি…

চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ

নেপালত ক'ৰোনা ভাইৰাছ সংক্ৰমিত কৰিলে ভাৰতে।চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ।-এই মন্তব্য নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লিৰ।যোৱা মংগলবাৰে নেপালৰ সংসদত আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীজনে কঠোৰভাবে কয় ,যে অবৈধ ভাৱে নেপাললৈ অহা…

সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল

পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে ৷ মন্ত্ৰীসভাৰ এক বৈঠকৰ পাছত নেপাল চৰকাৰৰ মুখপাত্ৰ আৰু যুৱৰাজ খাটিৱানাদাই জনাইছে এই এই দাবী অনতিপলমে…