সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ms_dhoni

NCCৰ তত্বাৱধায়ক সমিটিত এম এছ ধোনীঃ উৎফুল্লিত চেন্নাই ছুপাৰ কিংছ

নেচনেল কেডেট কৰ্প(NCC) তত্বাৱধানৰ বাবে গঠন কৰা ১৫ জনীয়া বিশেষ তত্বাৱধায়ক সমিটিত নাম অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নাম। ধোনীৰ লগতে আছে আনন্দ মহিন্দ্রাৰ নাম। ইয়াৰ পূৰ্বে ধোনীক…

টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব নেকি কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী?

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত ফিল্ডত নামিবলৈ সাজু হৈছে বিশ্বৰ শ্ৰেষ্ঠ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। আগন্তুক টি-২০ বিশ্বকাপ ভাৰতীয় ডাগআউটত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। অৱশ্যে এইবাৰ খেলুৱৈ হিচাপে নহয় দলৰ মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপেহে…