সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?
◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ
◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
◆…