সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

internet

5G সেৱা ক্ষেত্রত বাদ পৰিল অসম কিয়?

5G সেৱা ক্ষেত্রত অসম বাদ পৰি ৰ'ল। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ'ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে…

অনলাইন শিক্ষাৰ বাবে মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে আছে ইণ্টাৰনেট সুবিধা:সমীক্ষা

অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে। এই কথা প্ৰকাশ পাইছে UNICEF নামৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিষ্ঠানটোৰ এক সমীক্ষাত। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৫ লাখ স্কুল বন্ধ হৈ থকাৰ…