সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Hindu

কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে…

“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট।…

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক'ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য।…