পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন
হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক…