সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Flood

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰিনে ? ষ্টেণ্ডিং কমিটীয়ে কি ক’লে ?

অসম এখন নদী প্ৰধান ৰাজ্য। সৰু বৰ বিভিন্ন নদীৰ লগতে অসমৰ ঠিক মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । সেইবাবে প্ৰতি বছৰে বাৰিষা কালত বানত ডুব যায় ৰাজ্যৰ আধা অংশ। প্ৰতি বছৰে বানৰ সংহাৰত  হাজাৰ হাজাৰ মানুহ গৃহহীন হোৱাৰ লগতে এক বৃহৎ ক্ষতিৰ সমুখীন…

দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা

প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷ জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ'লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে…