সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

economic crisis

ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে। ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত…

ষ্টেট বেংকৰ ১২০০ কোটি টকীয়া ঋণ পৰিশোধ কৰিব নোৱাৰি অস্বস্তিত অনিল আম্বানী

ষ্টেট বেংকৰ ১২০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অনিল আম্বানীৰ বিৰুদ্ধে এতিয়া insolvency(দেউলিয়া) proceeding আৰম্ভ কৰিছে এন চি এল টিয়ে(National Company Law Tribunal) জানিব পৰা মতে ২০১৫ চনত অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেচন লিমিটেড…

বিমান বন্দৰৰ পিছত এইবাৰ ভাৰতীয় ৰে’লৱে সংস্থা IRCTC ত নিজৰ অংশীদাৰত্ব বিক্ৰীৰ পৰিকল্পনা মোডী…

বিমান বন্দৰক বেচৰকাৰী খণ্ডৰ হাতত গটাই দিয়াৰ পিছত এইবাৰ মোডী চৰকাৰে ৰে’লৰ সংস্থা IRCTCত নিজৰ শ্বেয়াৰৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। CNBC আৱাজৰ এক বাতৰি অনুসৰি IRCTCত ‘Offer For Sale’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ…

অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে। বাতৰিটোত উল্লেখ কৰা…

“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ…