সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

cricket

খেল এৰি ধোনীয়ে ধৰিলে চলচ্চিত্ৰত

ক্ৰিকেট বিশ্বৰ সকলোৰে চিনাকি নাম মহেন্দ্র সিং ধোনী। ধোনীৰ নেতৃত্বতেই ভাৰতীয় ক্রিকেট দলে এটাৰ পাছত এটা বিজয়ৰ ট্ৰফীৰে দেশলৈ কঢ়িয়াই আনিছিল গৌৰৱ। ২০২০ চনত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় লোৱাৰ পিছৰে পৰা ধোনীয়ে সম্পূর্ণ…

ICC লৈ পঠিয়াওক সৌৰভ গাংগুলীক

জয় শ্বাহক ৰাখি,গাংগুলীক আঁতৰোৱাটো অন্যায় ।গাংগুলী আমাৰ গৌৰৱ-মন্তব্য মমতা বেনাৰ্জীৰ।সৌৰভ গাংগুলীক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ পঠিওৱাৰ আহ্বান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি এই আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।…

জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে ধোনী

এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিব দক্ষিণৰ চিনেমা । ধোনীয়ে খুলিছে নিজৰ প্ৰডাকচন হাউচ । বিহাৰৰ হৈ খেলি কেৰিয়াৰ আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনী এতিয়া বিশ্ববিখ্যাত ক্ৰিকেটাৰ । এটা দশক নৌহওঁতেই ৰাঁচীক অৰ্থাৎ বৰ্তমানৰ ঝাৰখণ্ডক বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত স্থান…

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ। আজি ইনষ্টাগ্ৰাম নামৰ এক ছ'ছিয়েল মিডিয়াত দিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক জনে অৱসৰৰ কথা জানিবলৈ দিয়ে। আই চি চিৰ প্ৰতিটো খিতাপ জয় কৰা ভাৰতীয়…

আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ'ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই। আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo, Paytm আৰু…

যোৱা ১০ মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত ভাৰতীয় ক্ৰিকেটৰ ষ্টাৰ খেলুৱৈ সকল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাৰ (BCCI) শেহতীয়া কৰ্মকান্দই ক্ৰিকেট অনুগামী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাটোতকৈ ধনী ক্ৰিকেট বৰ্ড হোৱাৰ পিছতো, সংস্থাটোৱে যোৱা ১০ মাহ ধৰি খেলুৱৈ সকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত…