ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু
ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷
• মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷
• ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ…