মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিত কি লিখিলে দেবব্ৰত শইকীয়াই?
মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে সীমাক লৈ লোৱা সিদ্ধান্ত অকৰ্তৃত্বশীল বুলি অভিহিত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ মুখ্যমন্ত্ৰীলৈ লিখা এখন মুকলি পত্ৰত তেও উল্লেখ কৰে যে অসম মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে ১৯৮৫ চনৰ ১৯ অক্টোবৰত তেতিয়াৰ অসমৰ…