উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰিলে প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান
আজি উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তিৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে।
আজিৰ শুনানীত এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে পুনৰ উচ্চতম ন্যায়ালয়ক ভূষণক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত…