সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

china

ক’ৰোনা ভেকছিন: আমেৰিকাৰ তথ্য চুৰি কৰিছে কোনে?

আমেৰিকাৰ ক’ৰোনা ভেকছিন সম্পৰ্কীয় গৱেষণাৰ তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে চীনে৷ হেকাৰৰ জড়িয়তে চীনে এই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ আজি 'নিউয়ৰ্ক টাইমছ' কাকতত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকান চোৰাংছোৱা সংস্থা এফ বি আই আৰু দেশখনৰ…

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে। নাম…