৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা The CrossCurrent Bureau Sep 5, 2020 বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ…