সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

boycottchina

আকৌ আহি আছে PUBG!

পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। ভাৰতত PUBG ৰ নিষেধাজ্ঞা আঁতৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিয়নো পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তিৰ জৰিয়তে কৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে আৰু…

সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিপিন ৰাৱতে ANI নামৰ নিউজ…

পাকিস্থানৰ দৰে চীনৰ ক্ষেত্ৰতো কঠোৰ হ’ব ‘ভিছা'(visa)ৰ নিয়ম

ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কৰ শেহতীয়াকৈ যি অৱনতি ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনৰ সংস্থান সমূহৰ লগত জড়িত ব্যক্তি সকলৰ ভিছাৰ (visa) ক্ষেত্ৰত নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে চীনৰ লগত জড়িত থিংক টেংক,…

নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ। ২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা। এই অভিযোগ আনিছে চাকেত গ'খালে নামৰ RTI…